শ্যামলীৰ ডায়েৰী9
৯ম খণ্ড ৰাতিপুৱা গাপা ধুই ঘৰৰ সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিবলৈ বহিলো ৷ নমিতাই মাক কলে, আন্টি শ্ব্যামলীকো মোৰ লগতে আমাৰ ঘৰলৈ যাবলৈ দিবনে ? মায়ে কলে হব দিয়া তোমাক থৈ আহিবগৈ ৷ নমিতাই আকৌ কলে নহয় মানে দুদিনমান থকাকৈ, যেনেকৈ মইয়ো আহি থাকিলো ৷ মায়ে মোলৈ চাই সুধিলে, তুমি যাবা জানো? মই কলো তোমালোকেহে জানা …