মই মা আৰু নিলাজ বৰষুণ পাঠ ৪)
এনেকৈয়ে খেল ধেমালিৰ মাজেৰে দিনবোৰ বাগৰিল।সেই দিনত মই চাকৰিৰ ইণ্টাৰভিও দিব ললো। কিন্তু কোনো তেনে একো আখ্যা কৰা মতে পোৱা নাছিলোঁ।দেউতাৰো ককৰ্থনা শুনি শুনি আমনি লাগিছিল। পেহিৰ ছোৱালী বাইদেউ এক্সাম শেষ কৰি মামা ঘৰ বুলি আহিছিল। পেহিয়ে আমাৰ তাতে ৰাখিব কলে গাঁৱত কৰবাত কেতিয়াবা পলাই চলাই গুচি যাব বুলি, ভাল লৰা চাই দেউতাক বিয়ালৈ সুবিধা …