শ্যামলীৰ ডায়েৰী7
আজি এসপ্তাহ হবৰ হল গোৱাৰ পৰা আহি পোৱা ৷ ঘৰতে থাকি একদম ব’ৰ হৈ গলো ৷ আবেলি ৩টা মান বজাত মোৰ মোবাইটো বাজিল, উঠাই দেখিলো নমিতাই ফোন কৰিছে ৷ নমিতা মোৰ স্কুলৰ সহপাঠী, আমি দুইজনীয়ে চেইন্ট মেৰীজ স্কুলত একেলগে পঢ়িছিলোঁ আৰু মোৰ আটাইতকৈ অন্তৰঙ্গ বান্ধৱী ৷ নমিতাৰ দেউতাক প্ৰবিত্ৰ বৰা, এজন বেংকৰ কৰ্মচাৰী আৰু মাক …