এটা সত্য ঘটনা
নমস্কাৰ বন্ধু সকল মোৰ নাম ৰিয়া। আজি মই মোৰ জীৱনৰ এটা সত্য ঘটনা আপোনালোকৰ আগত প্রকাশ কৰিবলৈ লৈছোঁ। গতিকে কাহিনী টো শেষৰ লৈকে পঢ়িব তেতিয়াহে বেছি মজা পাব। তেনেহলে আৰম্ভ কৰোঁ । স্কুল শেষ কৰাৰ পিছত কলেজত বিজ্ঞান বিষয়ত এডমিচন লৈছিলো। মোৰ শৈশৱৰ বান্ধৱী মনিকাইও মোৰ লগত এডমিচন লৈছিল। তাইৰ দেউতাক আৰু মোৰ দেউতাই একেলগে …