মধুমিতাৰ প্ৰেম আৰু প্ৰতাৰণাৰ জীৱন্ত অধ্যায়
মই এজন বিবাহিত পুৰুষ , মোৰ এটি ল’ৰা আছে । ২০১১ চনৰ কথা , সেই সময়ত মই ডেকা ল’ৰাৰ দৰেই আছিলো । তেতিয়া মধুমিতাৰ বয়স ১৮ বছৰ । এজনী ষ্টাইল কৰিব নজনা সাধাৰন ঘৰৰ ছোৱালী । দেখাত ইম্মান ভাল লগা বিধৰো নাছিল । তেতিয়া তাইৰ এটা সৰু মোবাইল আছিল । মোৰ সৈতে চিনাকি হোৱাৰ পাছত …