প্ৰেম যি বৈধতাৰ ৰূপ নাপায়
মোৰ এগৰাকী ভাল বন্ধু আত্ম স্বীকাৰোক্তি আৰু তেওঁৰ অনুমতি মৰ্মে মই এই বাস্তৱ আধাৰিত পৰিঘটনা লিখিব লৈছোঁ। আজিৰ পৰা ১৫ বছৰ আগৰ কথা। মোৰ বন্ধু অজয় আৰু তাৰ খুৰাৰ ছোৱালী ইশানীৰ পাৰস্পাৰিক আকৰ্ষণ লাহে লাহে তাহাঁতৰ মাজত ভাল পোৱালৈ ৰূপান্তৰ হৈছিল। তাই গুৱাহাটীত আৰু সি গাঁৱত থকা বাবে বেছি সময় যোগাযোগ ফোনত হৈছিল। ২০০৭ ত …