কলেজৰ লেবৰেটৰীত ছাৰৰ লগত
মই তেতিয়া BSc 2nd semester ত পঢ়ি আছোঁ। তেতিয়া আমাৰ কলেজত physics ডিপাৰ্টমেণ্টত ছাৰ এজন আহিল নতুনকৈ। মই বটানীৰ আছিলোঁ আৰু generic electiveও chemistry হে আছিল বাবে চাৰজনৰ ক্লাছ কেতিয়াও পোৱা নাছিলোঁ।ছাৰৰ নাম আছিল অৰ্ণৱ শৰ্মা। ওখ-পাখ পাহুৱাল ডেকা। হাঁহিলে খুব ধুনীয়া দেখি ছাৰক। কলেজৰ গোটেইমখা ছোৱালীৰেই crush আছিল ছাৰ।প্ৰথম দেখিয়েই নাম উলিয়াই ফেচবুকত বিচাৰিছিলোঁ …