খুলশালী মুনো ৪
মই একেবাৰে গা পা ধুই বাথৰূম পৰা ওলালোঁ, মুনু সকলোৰে কাৰণে ভাত উলিওৱাত ব্যস্ত। মই বাহিৰৰ ৰুমত গৈ দেউতাক মাত লগালোঁ, হস্পিতালৰ কথা কলো,,অলপ দিন ৰাখিব সকলোখিনি ঠিক হোৱা লৈকে, বাকী সব ভালেই এতিয়া..মনুয়ে ভাত খাবলৈ মাতিলে তেনেকুৱাতে, ভাত খাই দেউতাই নিজৰ কোঠাত সোমাল আৰাম কৰা কাৰণে, দুপৰীয়া সময়ত মইও অকণমান আৰাম কৰোঁ খাই বৈ। …