প্ৰভাতী বৰুৱা 1
প্ৰভাতী বৰুৱা এগৰাকী 39 বছৰীয়া মহিলা ।লখিমপুৰ চহৰত তেওৰ ঘৰ ।পৰিয়ালৰ সদস্য 4জন ।স্বামী আৰু পুত্ৰ কন্যা ।স্বামী ৰ বয়স 47 বছৰ ।পুত্ৰ ৰ বয়স 18 just hs pass korise . কন্যা ৰ বয়স 15 বছৰ । স্বামী ৰ নাম দীপ বৰুৱা । ডিফেণ্সত চাকৰি কৰে ।পুত্ৰ ৰ নাম অয়ন আৰু কন্যা ৰ নাম অনামিকা …