শ্যামলীৰ ডায়েৰী১
১ম খণ্ড- মই শ্যামলী ডেকা, মোৰ জীৱনৰ সম্পূৰ্ণ সচা ঘটনা আৰু অভিজ্ঞতা বোৰ লিখাৰ মানষৰে আজি হাতত কলম তুলি ললো ৷ কাহানীত মানুহৰ নামসমূহ হে বদলাই দিয়া হৈছে ৷ আমাৰ ঘৰ গুৱাহাটীত, ঘৰত দেউতা অভিজিত ডেকা, মা মৃনালিণী ডকা আৰু ভাইটি কৌশ্তভ ডেকা ৷ দেউতা এটা মাল্টিনেচনেল কোম্পানীৰ CEO, প্ৰায় ৬ফুট 2ইঞ্চি ওখ ৪০বছৰীয়া দেউতা …