বিনীতাৰ প্ৰেম
বিনীতাৰ লগত মোৰ বিয়াখনৰ সকলো ঠিক হোৱাৰ পাছতো আমাৰ বিয়াখন ভাঙিল ।আমি দুয়োৱে আলোচনা কৰিয়ে সম্পৰ্কটো শেষ কৰিলো ।কাৰণ ,আমাৰ চিন্তাধাৰাৰ মাজত কিছুমান প্ৰাৰ্থক্য আছিল ।আমি প্ৰায় দুটা বছৰ ৰিলেচনত আছিলো ।এজনী শিক্ষিত ,ভদ্ৰ ছোৱালী আছিল বিনীতা ।কিন্তু তাইৰ বয়স অলপ হৈছিল ।হয়তো ৩৩ বছৰ মান হৈছিল চাগে ।মোৰো বয়সো প্ৰায় একেই ।তাইৰ ঘৰ আছিল …