কামাতুৰ সীমা
নমস্কাৰ পাঠক বন্ধু সকল। জীৱনত প্ৰথমবাৰ এনেকুৱা বিষয়ৰ ওপৰত লিখিছো। কাৰোবাৰ গ্ৰহণযোগ্য নহ’লে ক্ষমা কৰিব। এতিয়া কাহিনীটোলৈ আগবাঢ়িছো। মোৰ বিষয়ে ক’বলৈ গ’লে , নামটো উল্লেখ নকৰো। বয়স ২১ বছৰ। গাৰ বৰণ একেবাৰে বগাও নহয় আৰু মিঠা বৰণীয়া ও নহয়। Engineering শেষ কৰি অলপ ঘৰতে সোমাই আছো। সৰুৰে পৰা নাটক , ভাওনা আদিৰ লগত ওতঃপ্ৰোত ভাৱে …