শ্যামলীৰ ডায়েৰী8
৮ম খণ্ড ৰাতিপুৱা সকলোৱে শুই উঠি হাতমুখ ধুৱাৰ পাচত ৮টা বজাত ব্ৰেকফাষ্ট কৰি মা আৰু ভাইটি যাবলৈ ওলাল ৷ মোক কলে তোমালোক দুইজনীয়ে কৰবালৈ যাব বিছাৰিলে দেউতাই লৈ যাব বাৰু ৷ মই দেউতাক কলো তুমি মা হতক থৈ সোনকালে আহাগৈ ৷ আধাঘণ্টামানৰ ভিতৰতে দেউতাই মা হতক থৈ উভতি আহিল ৷ কল বেল বাজোতে মই নমিতাক …