বৌ আৰু মোৰ ৰোমাঞ্চ
মোৰ নাম মুকুন্দ মাধৱ বৰুৱা। বয়স মোৰ মাত্র ২৫ বছৰ। কিন্তু পঢ়াত নিপুণ আছিলোঁ বাবেই B.E.A.D. কৰাৰ পাছতেই এবাৰ পৰীক্ষা দিয়েই মই টেটত উত্তীর্ণ হৈ শিক্ষকৰ চাকৰিটো পালোঁ। এতিয়া বৰ্তমান ঢকুৱা খনাৰ M.E. স্কুলত মই সংস্থাপিত হৈছোঁহি। চাকৰিটো পোৱাৰ পৰা সকলোবোৰ ঠিক থাক হল যদিও ঘৰৰ পৰা আঁতৰি থকাটোৱেই মোৰ সকলোটোতকৈ অতি বেছি বেদনাদায়ক আছিল। …