মোৰ নাম কৰৱী, বয়স ২৬ বছৰ। আমি এখন সৰু টাউনত থাকোঁ, দেউতাৰ চাকৰি কাৰণে আমি দেউতাৰ চৰকাৰী কোৱাটাৰত থাকিয়ে ডাঙৰ হলো। আমি মানে মা-দেউতা আৰু ভাইটি মোৰ, ময়েই ডাঙৰ, পঢ়া শেষ কৰি চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা দি আছোঁ। পঢ়া শুনাত মই ভালেই, স্কুল কলেজত মই সদায় প্ৰথম বিভাগতে উত্তীৰ্ণ হৈ আহিছোঁ। এতিয়া পঢ়ি শেষ হল …
Read more