নীলিম অনুৰাগৰ কোলাহল (1)

 

​খিৰিকীৰ গ্লাছত টোপ টোপকৈ পৰা বৰষুণজাকলৈ চাই মামনে এটা হুমুনিয়াহ কাঢ়িলে। বহাগ মাহৰ এই সেমেকা সন্ধিয়াটোত বতাহজাকৰ মাজত কিবা এক আদিম মাদকতা আছিল। কিন্তু কোঠাটোৰ ভিতৰত আছিল মাথোঁ এক মৰিশালিসদৃশ নীৰৱতা। কাষৰ বিছনাখনত শুই থকা ৰোহিতৰ মুখখনলৈ তাই চালে। বিয়াৰ এটা বছৰ কেনেকৈ পাৰ হ’ল, দুয়ো গমেই নাপালে। কিন্তু এই অকনমান সময়তে সিহঁতত মাজৰ দূৰত্বখিনিক ক্ৰমান্বয়ে ইমান বহল কৰি তুলিলে যে একেখন বিছনাত শুইও দুয়ো যেন দুখন পৃথক দ্বীপৰ বাসিন্দা।


​বিবাহে সমাজত যৌন উপভোগৰ স্বীকৃতি দিয়ে সঁচা, কিন্তু ই মন আৰু শৰীৰৰ তৃপ্তিক জোৰকৈ ক্ৰয় কৰিব নোৱাৰে।
মামনৰ লগত ৰোহিতৰ শাৰীৰিক সম্পৰ্ক আছিল মাথোঁ এটা যান্ত্ৰিক সামাজিক দায়িত্ব। তাত নাছিল কোনো উষ্মতা, নাছিল কোনো সৰ্বোচ্চ উজাৰি দিয়াৰ প্ৰয়াস। ৰোহিতৰ বাবে এই সাম্ভোগ মাথোন তাৰ চৰম পৰ্যায়ত বীৰ্য বাহিৰ কৰিব বাবেহে আছিল, ইয়াত মামনৰ ইচ্ছা, সুখানুভূতিৰ লেখমানো নাছিল । সৃষ্টিৰ অন্যতম শ্ৰেষ্ঠ উপভোগৰ এই সুখানুভূতিৰ পৰা বঞ্চিত হৈ মামনে বহু সময়ত নিজৰ কপালককে দোষ দিছিল। এক অপ্ৰাপ্ত অভিপ্সাত দিনবোৰ পাৰ হৈ গৈছিল তাইৰ । কিন্তু মনৰ ভিতৰত থকা বিদ্ৰোহী সত্তাটো আৰু কামাসক্ত শৰীৰটো ইমান সহজে শান্ত হ’বলৈ বিচৰা নাছিল। সমাজৰ নীতি-নিয়মৰ বাধ্য বাধকতাই বন্ধ ৰূমত আৱদ্ধ হৈ থাকিবলৈ যদি মামন বাধ্য হৈছিল, এই এৰিব নোৱাৰা সত্যটোৱে অকলশৰীয়া সময়ত তাইৰ মনত অনেক ভাৱনা আনিছ ।


বিবাহিত কোনো নাৰীয়ে যেতিয়া এই হেপাহৰ কাৰ্যত কোনো সন্তুষ্ট নহয় , জীৱন সংগীজনে অন্তৰংগ মুহুৰ্তত প্ৰয়োজনীয় মৰম আৰু সুখ দিব নোৱাৰে, তেতিয়া তেওঁ হৈ পৰে নিৰ্বাক-বধিৰ । বিবাহ আমাৰ সমাজত যৌন উপভোগৰ স্বীকৃতি, বিবাহ বৰ্হি:ভুত সম্ভোগ আমাৰ সমাজ নিষিদ্ধ । যৌন কাৰ্যৰ প্ৰতি সকলোৰে এক গোপন অভিলাষ থাকে, ইয়াৰ প্ৰতি মানুহৰ আকৰ্ষণও যথেষ্ট বেছি।


কিমান পুৰুষ মহিলাই সমাজৰ চকিদাৰি চকুত ধুলি দি গোপনে বন্ধ ৰূমত সম্পন্ন কৰে শাৰীৰিক সম্পৰ্ক । চোৰ কৰি খোৱা ফল বেছি মিঠা হয় আৰু এই মিঠা ফল খোৱাৰ হেপাহে কেতিয়াবা দুৰ্বলজনক কৰি তোলে অতি সাহসীক, যি সাহসে জীৱনলৈ কঢ়িয়াই আনিলে এক ধুমুহা।


ৰোহিত অফিচলৈ ওলাই যোৱাৰ পিছত মামনে বাথৰূমত সোমাইছিল গা ধুবলৈ ।
​জনশত ঘৰৰ বন্ধ দুৱাৰখনৰ সিপাৰে তেতিয়া কেৱল পানীৰ টোপালবোৰৰ শব্দ আছিল, এই সময় কন মামনৰ বৰ প্ৰিয়, উন্মুক্ত শৰীৰৰ প্ৰতিটল অংগত হাত বুলাই অনুভৱ কৰে অপ্ৰাপ্তিৰ অনুভূই । অনেক ভাৱনাৰ মাজতে হঠাতে বাজি উঠিল কলিং বেলটো। শব্দটোৱে শান্ত পৰিৱেশটো যেন পলকতে ভাঙি দিলে। মামনে ক্ষন্তেক থমকি ৰ’ল। সিহঁতৰ এই নিৰিবিলি ঘৰখনলৈ সাধাৰণতে কোনো অপৰিচিত আলহীৰ আগমন নহয়— হয়তো অফিচৰ কিবা জৰুৰী কামত বা ফাইল ল’বলৈ ৰোহিতেই মাজবাটৰ পৰা ঘূৰি আহিছে।


ৰোহিতক বেছি সময় ৰখাই থব নোৱাৰি। গতিকে আইনাৰ সমুখত চুলিখিনি আঁচুৰিবলৈও সময় নহ’ল। তিতা গাৰ ওপৰতে তাই পাতল নাইটি এটা দৌৰা দৌৰিকৈ পিন্ধি, বাহিৰলৈ ওলাই আহিল আৰু ততাতৈয়াকৈ দুৱাৰখন মেলি দিলে।
কিন্তু দুৱাৰমুখত যি দৃশ্যই তাইলৈ অপেক্ষা কৰি আছিল, সি তাইৰ সমগ্ৰ ধাৰণা সলাই পেলালে। দুৱাৰৰ সিপাৰে ৰোহিত নাছিল। তাত থিয় হৈ আছিল এজন ওখ-পাখ, সুঠাম আৰু আকৰ্ষণীয় চেহেৰাৰ অচিনাকি পুৰুষ।


ঠিক সেই পলকতে, মামনৰ নিজৰ অৱস্থাটোলৈ খেয়াল হোৱা নাছিল। বাথৰূমৰ পৰা ওলাই অহা তাইৰ গাৰ কেঁচা পানীৰ টোপাল টোপ টোপকৈ সৰি আছিল। সেই পানীয়ে তাইৰ গাত মেৰিয়াই থকা পাতল নাইটিটো সম্পূৰ্ণৰূপে তিতাই পেলাইছিল। অৰ্ধেক অংশ তিতা পাতল নাইটিটো তাইৰ শৰীৰত বহুত ঠাইত লিপিট খাই পৰিছিল। কিছুমান ভাঁজত এনেদৰে লিপিট খাই ধৰিছিল যে তাৰ মাজেৰে তাইৰ অপৰূপ শাৰীৰিক সৌন্দৰ্য আৰু যৌৱনৰ নিখুঁত গঠন স্পষ্টকৈ ফুটি উঠিছিল। উঠন বুকুৰ সুগঠিত স্তন যুগলৰ অপূৰ্ব গঠন সুস্পষ্ট কৈ দৃষ্টি গোচৰ হৈছিল । চুলিৰ আগৰ পৰা বৈ অহা পানীৰ টোপালবোৰে তাইৰ ডিঙি আৰু বুকুৰ নিমজ ছালখনক আৰু বেছি সজীৱ আৰু উজ্জ্বল কৰি তুলিছিল। গা ধুই উঠা যিকোনো নাৰীৰে এক স্বাভাৱিক মাদকতা থাকে, কিন্তু মামনৰ ক্ষেত্ৰত সেইয়া যেন আছিল স্বৰ্গীয়। কঁকাললৈ বৈ অহা তিতা ক’লা চুলিখিনি, পানী লাগি ৰঙা পৰি উঠা দুগাল আৰু ওঠৰ প্ৰাকৃতিক সৰলতাই তাইক এক অবৰ্ণনীয় ৰূপ প্ৰদান কৰিছিল।


সমুখত থিয় হৈ থকা মানুহজনৰ বাবে এই দৃশ্য আছিল একেবাৰে অপ্ৰত্যাশিত আৰু আশ্চৰ্যকৰ। এ গৰাকী অপৰূপা গাভৰু বোৱাৰীৰ এনে এক আকৰ্ষণীয়, অবিন্যস্ত অথচ অতি মনোমোহা ৰূপ দেখি তেওঁ ক্ষন্তেকৰ বাবে স্তব্ধ হৈ পৰিল। তেওঁ অপলক চাই আছিল মামনলৈ । সেই চাৱনিত কোনো কলুষতা আছিল, তাতকৈ বেছি আছিল এগৰাকী নাৰীৰ অপূৰ্ব সৌন্দৰ্যৰ প্ৰতি থকা এক সন্মোহন।
প্ৰথম কেইটামান চেকেণ্ড দুয়োৰে মাজত কেৱল এক গভীৰ মৌনতা বিৰাজ কৰিলে। মামনে লাজ আৰু সংকোচত থতমত খালে, তাই বুজি উঠিল যে শৰীৰৰ আৱৰণখনে তাইক সম্পূৰ্ণকৈ ঢাকিব পৰা নাই। আনহাতে, সেই অচিনাকি পুৰুষজন— যি আচলতে আছিল ৰোহিতৰ বাল্যকালৰ অন্তৰংগ বন্ধু অবিনাশ— তেওঁ স্তব্ধ হৈ চাই ৰ’ল সৌন্দৰ্যৰ সেই সজীৱ জলপ্ৰপাতটোলৈ।


মামনে মৌনতা ভাঙি মাত লগালে – আপুনি ? মই ধৰিব পৰা নাই ।


অবিনাশৰ তন্দ্ৰালু মন বাস্তৱলৈ ঘুৰি আহিল আৰু এক মিচিকাই হাহি কলে – মই অবিনাশ, ৰোহিতৰ বন্ধু ।


মামনে অবিনাশ নামটো এক দুইবাৰ শুনিছে ৰোহিতৰ মুখত, মুম্বাইত থাকে সি । তাই পুনৰ সুধিলে – আপুনি মুম্বাইত থাকে নেকি ?


ৰোহিতে মৌনতাৰে সহাৰি জনালে আৰু ক’লে মোৰ লগত ৰোহিতৰ অলপ আগত কথা হৈছে, সি আহি আছে ।


মামনে তাক বহিব দি, ভিতৰত সোমাল । অপ্ৰত্যাশিত সেই ক্ষণটোত তাইক তেনে এক অবিন্যস্ত অথচ সজীৱ ৰূপত দেখি পুৰুষজন ক্ষন্তেকৰ বাবে স্তব্ধ হৈ পৰা দৃষ্টটো তাইৰ মনলৈ আহিব ধৰিলে, আজি দেখোন তাইৰ ইমান লাজ লগা নাই । তেওঁৰ পলকহীন দুচকুত কোনো ধৃষ্টতা নাছিল, আছিল কেৱল এক গভীৰ বিস্ময় আৰু নাৰীত্বৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি থকা সৰল মুগ্ধতা। যেন তেওঁ কোনো অপূৰ্ব সৃষ্টিৰ সন্মূখত থমকি ৰৈছে।


​তাই তেওঁৰ সেই মুগ্ধ দৃষ্টিটো অনুভৱ নকৰাকৈ থকা নাছিল। কিন্তু আচৰিতধৰণে, তাইৰ মনত কোনো ক্ষোভ বা ক্ৰোধৰ সৃষ্টি নহ’ল; বৰঞ্চ এক বুজাব নোৱাৰা শিহৰণে তাইৰ বুকুত খোপনি পুতিলে।
​তাই লাহেকৈ ভিতৰলৈ সোমাই গ’ল আৰু ড্ৰেছিং টেবুলৰ আইনাখনৰ সন্মূখত থিয় হ’ল। আইনাত প্ৰতিফলিত হ’ল তাইৰ নিজৰে এক অপূৰ্ব, অপৰূপ ৰূপ— কপালত লাগি থকা তিতা চুলিৰ কেকোঁৰা খিনি, আৰু তাৰ পৰা বৈ অহা পানীৰ টোপালবোৰ। নিজৰ এই অনিন্দ্য সুন্দৰ ৰূপটোলৈ চাই থাকোঁতেই, তাইৰ মনৰ দাপোনত জিলিকি উঠিল সেই পুৰুষজনৰ বিস্ময়ভৰা চেহেৰাটো। তেওঁৰ সেই নিস্পাপ আৰু মুগ্ধ দৃষ্টিৰ কথা মনত পৰি তাইৰ ওঁঠৰ কোণত একাজলি লাজকুৰীয়া মিঠা হাঁহি বিৰিঙি উঠিল। সেই হাঁহিত আছিল নিজৰ সৌন্দৰ্যক নতুনকৈ আৱিষ্কাৰ কৰাৰ এক পৰম তৃপ্তি। (আগলৈ)

Guest

17 thoughts on “নীলিম অনুৰাগৰ কোলাহল (1)”

  1. সময় গতিশীল গতিকে সময় থাকোঁতেই মূল্য দিয়া উচিত , সেই সময় মইও বিচাৰোঁ দিবানে মোক সময় তুমি??

    Reply
  2. এটি ভাল আৰম্ভণি… ভাল কাহিনী এটা পঢ়িব পাম বুলি আশা কৰিলোঁ

    Reply

Leave a Comment

error: Content is protected !!