নমস্কাৰ বন্ধু – বান্ধৱীসকল, মোৰ নাম নীল, বর্তমান মই বি.এছ.চি পঢ়ি আছোঁ বয়স বুলিব ২০ হৈছে! আপোনালোকৰ ওচৰত মোৰ জীৱনৰ কিছুমান সঁচা কথাবোৰ ক’ব লৈছোঁ, তেনেকৈ লিখি পোৱা নাই তথাপিও চেষ্টা কৰি যাম! আমাৰ ঘৰ নগাঁৱত, মা-দেউতাৰ একমাত্র সন্তান, আমি মধ্যবিও পৰিয়াল, সেয়ে ভালদৰে পঢ়া- শুনা কৰি নিজক সংস্থাপন কৰিব বাবে মা-দেউতাই ভালকে পঢ়ুৱাইছিল, নিজক …
Read more