সৰু খুৰী আৰু মই
বাছ ষ্টেণ্ডৰ পৰা দুশ মিটাৰ মান আহিছিলোঁহে মাথোঁ আছিল নহয় এটা অজ্ঞাত নম্বৰৰ ফোন। ৰিচিভ কৰাত সেইফালৰ পৰা মিঠা মাত এটাৰে হেল্ল বুলি কলে। মাততো বুজি পাই মোৰ মুখত হাঁহি এটা বিৰিঙিলে। সৰু খুৰীয়ে ফোন কৰিছিল। মোৰ তেওঁক নম্বৰতো দিয়া মনত নাই হয়তো ডাঙৰ খুৰীয়ে দিছিল। মই আহিবৰ আধা ঘন্টা নহওঁতে মোলৈ মনত পৰিল নেকি? …