সত্য যি সুন্দৰ তাৰ অনন্ত যৌৱন
দৃশ্য ১ পুৱা গা পা ধুই জুৰিয়ে গোসাঁইঘৰত সোমাই আজিও ভগৱানৰ ওচৰত সেই একেই প্ৰাৰ্থনা কৰিছে “ হে কৰুণাময় ৷ মোক সুখ দিয়া ৷তুমি অন্তৰ্য্যামী ৷ মই সকলো নকলেও তুমি জানা ৷ এগৰাকী নাৰীয়ে স্বামীৰ পৰা কি বিচাৰে ৷ “ জুৰিৰ কাতৰ প্ৰাৰ্থনাৰ কবলত পৰি দেৱলোকত এখন সভা বহিল ৷ দেৱৰাজ : দেখাই শুনাই …