৪৫ বছৰীয়া মহিলা

অঞ্জলীয়ে নিজৰ স্বামীৰ লগত তাইৰ মাকৰ ঘৰলৈ আহে। আৰু চাৰি পাচদিনৰ কাৰনে মাকৰ ঘৰত থাকে । যেতিয়া সাৱিত্ৰীয়ে নিজৰ জীয়েক আৰু জোৱায়েকক দেখে তেতিয়া দেখাৰ লগে লগে তেওঁ সুখী হৈ পৰে আৰু তেওঁলোকক আলপৈচান ধৰাত ব্যস্ত হৈ পৰে। গৰমৰ দিন আছিল তেওঁলোকে ৰাতি ৯ মান বজাত ৰাতিৰ আহাৰ খালে আৰু আহাৰ খাই চাদৰ ওপৰত শুবলৈ গুছি যায়। সাৱিত্ৰীয়ে তলৰ পাকঘৰৰ পৰা খাটি সৰিয়হৰ তেল লৈ যায় আৰু তেওঁৰ কাষত থৈ শুই যায়। তেওঁৰ জোৱায়েকে সেই সকলো বিলাক দেখা পাই আৰু তেওঁ ভাবিবলৈ ধৰে যে শাহুমায়ে খাটী সৰিয়হৰ তেলেৰে কি কৰে! কিন্তু সাৱিত্ৰীৰ সেয়া দৈনন্দিনৰ কাম আছিল। তেওঁ সদায় খাটি সৰিয়হ তেল মূৰৰ ওছৰত থৈ শুইছিল । এতিয়া তেওঁৰ জোৱায়েকৰ মগজুত নানা ধৰনৰ প্ৰশ্নই খেলিবলৈ ধৰিলে।

তেওঁ ভাবিবলৈ ধৰিলে আৰু এই ৰহস্য উদঘাটন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিবলৈ ধৰে। আৰু তেওঁ মনতে থিৰাং কৰি লয় যে তেওঁ এই ৰহস্য উদঘাটন কৰিহে এৰিব যে সদায় শাহুমায়ে সেই তেলেৰে কি কৰে ! বন্ধুসকল এনেকৈয়ে পাচদিন পাৰ হৈ যায়। পাচদিন পিছত তেওঁৰ জোৱায়েকে এনেকুৱা এটা সত্যতা গম পাই যিটো গম পোৱাৰ পিছত তেওঁৰ গাৰ নোম শিয়ৰি উঠে, তেওঁ নিঠৰ হৈ পৰে আৰু ভাবিবলৈ ধৰে যে এগৰাকী ৪৫ বছৰীয়া মহিলাই এনেকুৱা কেনেকৈ কৰিবলৈ পাৰে । বন্ধুসকল আজিৰ এই ঘটনাটো শুনাৰ পিছত হয়তো আপোনালোকেওঁ আছৰিত হৈ পৰিব।

বন্ধুসকল এই সত্য কাহনীটো বিহাৰৰ । বিহাৰৰ এখন সৰু গাওঁত সাৱিত্ৰী নামৰ এগৰাকী মহিলা আছিল। তেওঁৰ লগত তেওঁৰ স্বামী আৰু তেওঁৰ পাচবছৰীয়া এজনী কন্য সন্তান আছিল । তাইৰ নাম অঞ্জলী আছিল। যেতিয়া অঞ্জলীৰ বয়স ৫ বছৰ আছিল তেতিয়াই সাৱত্ৰীৰ স্বামীৰ এক অচিন ৰোগত মৃত্যু হয়। তেতিয়া সাৱত্ৰীৰ মূৰৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিছিল । কিন্তু সাৱিত্ৰীৰ স্বামীৰ ব্যৱসায় বহুত ডাঙৰ আছিল তেওঁলোকৰ বহুত সা সম্পত্তি আছিল আৰু বহু টকাওঁ তেওঁলোকৰ ওছৰতআছিল। এতিয়া সাৱিত্ৰীয়েনো কৰিব কি?

যি হবলগীয়া আছিল সেয়া হৈ গৈছিল । এতিয়া সাৱিত্ৰীয়ে নিজৰ জীয়েকৰ লগত থাকিবলৈ লয় । আৰু তাইক ভালকৈ পঢ়োৱাবলৈ ধৰে । তেওঁৰ ছোৱালী অঞ্জলীয়েওঁ ভালকৈ পঢ়া শুনা কৰে আৰু তেনেকৈ তাইৰ বয়স ২০ বছৰ হৈ যায় । তেতিয়া তাইৰ মাকৰ বিয়াৰ চিন্তা হবলৈ ধৰিলে। সেইকাৰনে ওছৰৰে গাওঁৰ লৰা এজনৰ লগত সাৱত্ৰীয়ে তেওঁৰ ছোৱালীক বিয়া দিয়ে । অঞ্জলীৰ স্বামীয়ে এটা কম্পেনীত জৱ কৰিছিল। তেওঁ দৰমহাওঁ বহুত ভাল আছিল। কর্মসূত্রে তেওঁ প্রায়ে বাহিৰতে থাকিছিল । সেইকাৰনে তেওঁ নিজৰ পত্নী অঞ্জলীকো নিজৰ লগতে ৰাখিছিল । এনেকৈয়ে বন্ধুসকল ২ বছৰ সময় পাৰ হৈ যায় । এবাৰ গৰমৰ ছুটীত অঞ্জলীয়ে তাইৰ স্বামীক লৈ নিজৰ মাকৰ ঘৰলৈ আহে। আৰু তাই ভাবে যে চাৰি পাচদিনলৈকে তেওঁলোকে ইয়াতেই থাকিব। যেতিয়া সাৱিত্ৰীয়ে নিজৰ জীয়েক জোৱায়েকক দেখে তেতিয়া আনন্দত মতলীয়া হৈ পৰে । আৰু তেওঁলোকৰ আলপৈচান ধৰাত ব্যস্ত হৈ পৰে। বন্ধুসকল তেতিয়া সন্ধিয়া হৈছিল । তেতিয়া তেওঁলোক সকলোৱে মিলি একেলগে বহি ৰাতিৰ আহাৰ খাবলৈ ধৰে ।

তাৰপিছত সাৱিত্ৰীয়ে এটা কোঠা চাফচিকুন কৰিবলৈ ধৰে। হঠাতে তেওঁৰ জোৱায়েকে তেওঁক কোঠাটো পৰিস্কাৰ কৰি থকা দেখে । তেতিয়া তেওঁ শাহুমাকক সুধে, মা আপুনি এয়া কি কৰি আছে?

তেতিয়া সাত্ৰীয়ে কলে যে বোপা ইয়াতে তোমালোক শুৱা । মই তোমালোকক শুবলৈ বিছনা পাৰি দিবলৈ ওলাইছো। তেতিয়া জোৱায়েকে কলে যে নাই আমিওঁ ছাদৰ ওপৰতে শুই যাম, এনেওঁ গৰমৰ দিন । তেতিয়া সাৱিত্ৰীয়ে কয় যে কিন্তু যদি তোমালোকে ছাদৰ ওপৰত শুই যোৱা তেতিয়া ওছৰৰ মানুহে দেখিলে নানা ধৰনৰ কথা উলিয়াবলৈ ধৰিব। তোমালোকে বহুদিনৰ মূৰত আহিছা মানুহে মোকেই নানা ধৰনৰ কথা শুনাব। তেতিয়া তেওঁৰ জোৱায়েকে তেওঁৰ কথাত মান্তি হয় । তেতিয়া তেওঁ কলে যে ঠিক আছে তেনেহলে আপুনি যদি বিছাৰে আমি ইয়াতে শুৱাটো তেনেহলে আপুনি আমাৰ বিছনা ইয়াতে পাৰি দিয়ক। বন্ধুসকল এনেকৈয়ে প্ৰায় তিনিদিন পাৰ হৈ যায়। তিনিদিনলৈকে তেওঁৰ জোৱায়েকে তেওঁ জীয়েকৰ লগত তলৰ কোঠাতে শুৱে !

তাৰপিছতে এদিন ৰাতি প্ৰায় ৯ মান বজাত তেওঁলোকে সকলোৱে মিলি ৰাতিৰ আহাৰ খাই। হঠাতে সাৱিত্ৰীৰ জোৱায়েকে নিজৰ শাহুমাকক কয় যে মা, আজি আমি কোঠাৰ ভিতৰত নোশু । কাৰন আজি গৰম বহুত বেছি । আজি আমাৰ বিছনা আপোনাৰ লগতে ছাদৰ ওপৰতে পাৰি দিয়ক ।

সাৱিত্ৰীয়ে জোৱায়েকৰ কথা পেলাব নোৱাৰিলে আৰু কলে হব বাৰু ঠিক আছে যদি তোমালোকৰ ওপৰত শুৱলৈ মন আছে তেনেহলে মই তোমালোকৰ বিছনা ওপৰতে লগাই দিম । তাৰপিছত ৰাতিৰ আহাৰ খোৱাৰ পিছত সাৱিত্ৰীৰ জোৱায়েকে ছাদৰ ওপৰত পাৰি থোৱা বিছনাত গৈ বাগৰি দিলে। প্রায় একঘন্টা পিছত সাৱিত্ৰীয়ে তলৰ পৰা এটা সৰিয়হৰ তেলৰ বটল আনে আৰু নিজৰ গাৰুটোৰ ওছৰত থৈ শুই যায়। হঠাতে তেওঁৰ জোৱায়েকে সেয়া দেখা পাই আৰু ভাবিবলৈ ধৰে যে তেওঁৰ শাহুৱেকে এই তেলৰ বটলটোৰে ৰাতি কি কৰে! কিন্তু সেয় কথাটো তেওঁ আওঁকান কৰি শুই যায়। কিন্তু পিছদিনাওঁ সাৱিত্ৰীয়ে তেলৰ বটলটো লৈ আহে আৰু নিজৰ গাৰু ওছৰত ৰাখি শুই যায়। এতিয়া তেওঁৰ জোৱায়েকৰ মগজুত নানা ধৰনৰ প্ৰশ্ন খেলিবলৈ ধৰিলে আৰু ভাবিবলৈ ধৰিলে যে সদায় সদায় শাহুমায়ে এই তেলেৰে কি কৰে, তাকো নিশা শুৱাৰ সময়ত। তেতিয়া তেওঁ সত্যতা জানিবলৈ চেষ্টা কৰিলে আৰু মনতে ঠিৰাং কৰিলে যে যেতিয়ালৈকে মই এই সত্যতাৰ বিষয়ে গম নাপাম, তেতিয়ালৈকে মই ইযাৰ পৰা নাজাওঁ ।বন্ধুসকল এনেকৈ সুম্পূৰ্ণ ৬ দিন পাৰ হৈ যায় । এদিন গৰম বহুত বেছি হৈছিল ।সাৱিত্ৰীৰ জোৱায়েকে বিছনাত বাৰে বাৰে বাগৰ সলাই আছিল, তেওঁৰ টোপনি অহা নাছিল।

প্রায় ১২ মান বজাত সাৱিত্ৰীয়ে উঠি তেলৰ বটলটো হাতত ললে । আৰু হাতত সাৰে ভৰিত সাৰে নিজৰ ঘৰৰ পৰা বাহিৰলৈ যাবলৈ ধৰে। হঠাতে তেওঁৰ জোৱায়েকে তেওঁক বাহিৰলৈ যোৱা দেখে আৰু তেওঁ লগে লগে তেওঁক অনুশৰন কৰিবলৈ ধৰিলে আছলতে তেওঁৰ শাহুৱেকে সদায় তেলৰ বটলটো লৈ কলৈ যায় । তাৰপিছত সাৱিত্ৰীয়ে ঘৰৰ ওছৰৰ এডোখৰ নিৰ্জন ঠাইৰ এজোপা গছৰ তলত গৈ ৰখিলে । আৰু সাৱিত্ৰীৰ বয়সৰ এজন ব্যক্তি তেওঁৰ ওছৰলৈ আহিলে আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰিলে ।

আৰু কথা পতাৰ হোৱাৰ পিছত তেওঁলোেক দুয়োৱে বেয়া কাম কৰিবলৈ ধৰে । প্রায় এঘণ্টামানলৈকে তেওঁলোকে দুয়োৱে বেয়া কাম কৰে । আৰু তাৰপিছত সাৱিত্ৰীয়ে নিজৰ ঘৰলৈ আহে । যেতিয়া তেওঁৰ জোৱায়েকে সেয়া দেখা পাই যে তেওঁৰ শাহুমাকে ঘৰলৈ আহি আছে তেতিয়া তাৰ আগতে তেওঁ গৈ নিজৰ বিছনাত গৈ শুই যায়। বন্ধুসকল সাৱিত্ৰীৰ জোৱায়েকে এতিয়া বাগৰ সলাই আছিল, তেওঁৰ টোপনিওঁ অহা নাছিল। এনেকৈয়ে ৰাতিপুৱা হৈ যায়। তেওঁ তেওঁৰ শাহুমাকক এই কথাটো অনুভৱ হবলৈ নিদিলে যে তেওঁ সত্যাতা গম পাই যোৱা বুলি । পিছদিনা ৰাতি আকৌ তেওঁলোকে ৰাতিৰ আহাৰ খালে আৰু তেওঁৰ জোৱায়েকে আকৌ ছাদৰ ওপৰত গৈ তেওঁৰ বিছনাত বাগৰি দিলে আৰু টোপনিৰ যোৱাৰ অভিনয় কৰিবলৈ ধৰিলে। প্ৰায় ১২ মান বজাত আকৌ সাৱিত্ৰীয়ে বিছনাৰ পৰা উঠে আৰু আৰু নিজৰ তেলৰ বটলটো লয় আৰু আকৌ সেই ঠাইলৈ গুছি যায় আৰু তেওঁৰ জোৱায়েকেওঁ পিছে পিছে সেই ঠাইত উপস্থিত হয় আৰু দূৰত ঠিয় হৈ সেইবিলাক চাবলৈ ধৰে । আৰু অলপ সময় পিছতে সেই ব্যক্তিজনে সাৱিত্ৰীৰ ওছৰলৈ আহে আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰে । কথাপতাৰ পিছত আকৌ তেওলোকে বেয়া কাম কৰিবলৈ ধৰে । আৰু এইবাৰ তেওঁলোক দুয়োৱে দুঘন্টালৈকে বেয়া কাম কৰিবলৈ ধৰে । তাৰপিছত সাৱিত্ৰীয়ে নিজৰ ঘৰলৈ আহে আৰু তেওঁৰ জোৱায়েকে আগতেই আহি নিজৰ বিছনাত শুই যায় ।

বন্ধুসকল সাৱিত্ৰীৰ জোৱায়েকে এই কথাটো গম পাই গৈছিল যে তেওঁৰ শাহুৱেকে কোনো পৰপৰুষৰ লগত অবৈধ সম্পর্ক কৰে আৰু নিজৰ কামনা পূৰন কৰে। কিন্তু তেওঁ এই কথাটো এতিয়ালৈকে গম পোৱা নাছিল যে সেই তেলৰ বটলটো শাহুৱেকে লগত লৈ গৈ কৰি কৰে! সেইকাৰনে তেওঁ ভাবিলে যে পিছদিনা তেওঁ এই কথাটোৰো ৰহস্য উদঘাটন কৰিব যে আছলতে তেওঁ তেলৰ বটলৰে কৰে কি ?

বন্ধুসকল পিছদিনা নিশা প্রায় ১২ মান বজাত সাৱিত্ৰীয়ে নিজৰ বিছনাৰ পৰা উঠে আৰু মনে মনে গৈ সেই ঠাইত উপস্থিত হয় য’ত তেওঁ সদায় সেই ব্যক্তিজনক লগ কৰিছিল । অলপ সময় পিছতে সেই ব্যক্তিজনেওঁ তেওঁৰ ওছৰলৈ আহে আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰে । তাৰপিছত দুয়ো শাৰিৰীক সম্পর্ক কৰিবলৈ ধৰে। তেওঁৰ জোৱায়েকে দূৰৈৰ পৰা সেয়া চাবলৈ ধৰিলে । আৰু যেতিয়া সৱিত্ৰীৰ সকলো কৰা শেষ হল আৰু তেওঁ ঘৰলৈ যাবলৈ ধৰিলে তেতিয়া তেওঁৰ জোৱায়েকে আহি মেন গেটত তেওঁৰ শাহুৱেকক বাট ভেতি ধৰিলে । যেতিয়া সাৱিত্ৰীয়ে নিজৰ জোৱায়েকক দেখিলে তেতিয়া তেওঁৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হল। তেতিয়া তেওঁ কলে যে বোপা, তুমি কি এতিয়াওঁ নাই শুৱা? আৰু ইয়াতে কি কৰি আছা ?

তেতিয়া তেওঁ জোৱায়েকে কয় যে মা, মই আপোনাৰ সকলো সত্যতা গম পাই গলো যে আপুনি কলৈ যায় আৰু কাক লগ কৰে । যেতিয়া তেওঁৰ শাহুৱেকে এই কথা শুনে তেতিয়া তেওঁ নিঠৰ হৈ পৰে। তেতিয়া তেওঁ নিজৰ জোৱায়েকক কয় যে বোপা এই কথা তুমি কাৰো আগতে নকবা, নহলে মোৰ বদনাম হৈ যাব। তেতিয়া তেওঁৰ জোৱায়েকে কলে যে হব বাৰু ঠিক আছে আপুনি কাৰেবাক লগ কৰে, শাৰীৰিক সম্পৰ্ক কৰে। এইবিলাক বাৰু বুজি পালো । কিন্তু আপুনি এই যে সৰিয়হৰ তেলৰ বটলটো আপুনি নিজৰ লগত লৈ যায় ইয়াৰ সত্যতা কি?

ইয়াৰ সত্যতা আপুনি আজি মোক কবলৈ লাগিব । তেতিয়া সাৱিত্ৰীয়ে নিজৰ জোৱায়েকক কয় যে বোপা, তুমিটো জানাই যেতিয়া অঞ্জলীৰ বয়স ৫ বছৰ আছিল তেতিয়াই মোৰ স্বামী মানে তোমাৰ শহুৰৰ মৃত্যু হৈছিল । আমাৰ ওছৰত টকাৰ কোনো অভাৱ নাছিল । সেইকাৰনে মই অঞ্জলীক স্কুলত নামভৰ্তি কৰাই দিছিলো । আৰু তাই লিখা পঢ়া কৰিবলৈ ধৰিলে । তেতিয়া মই অকলে থাকিবলগীয়া হৈছিল মই নিসংগতাত ভূগিব লগীয়া হৈছিল । সেইকাৰনে মই এই ব্যক্তিজনৰ আশ্ৰয় ললো। আৰু সেই ব্যক্তিজন মোৰ প্ৰেমিক হৈ গল । আৰু সেই ব্যক্তিজনে মোক বহুত সহায় কৰিছে, মোৰ সুখ দুখত তেওঁ মোৰ লগ দিছে। সেইকাৰনে মই তেওঁক কেতিয়াওঁ এৰিবলৈ নিবিছাৰো যেতিয়া তোমালোেক ইয়ালৈ অহা নাছিলা তেতিয়া মই তেওঁক মোৰ ঘৰলৈ সদায় নিশা মাতিছিলো। কিন্তু যেতিয়া তোমালোক ইয়ালৈ আহিলা তেতিয়া মই ভাবিলো যে এতিয়া ঘৰত লগ কৰা সম্ভৱ নহয়, সেইকাৰনে মই তেওঁক বাহিৰতে লগ কৰাৰ সিদ্ধান্ত ললো ।

তাৰপিছত তেওঁৰ জোৱায়েকে আকৌ কয় যে মা, এইবিলাকটো সকলো ঠিকেই আছে, কিন্তু এই তেলৰ সত্যতা কি! এই বিষয়ে আপুনি মোক কওঁক। তেতিয়া সাৱিত্ৰীয়ে তেওঁক কলে যে বোপা চোৱা, এতিয়া আমাৰ বয়স বেছি হৈ গৈছে এই তেল সৰিয়হৰ তেল আৰু মোৰ প্ৰেমিকে সেয়া তেওঁৰ প্রাইভেট পার্টত লগাই । তেতিয়া তেওঁৰ বহুত উত্তেজনা হয়। আৰু বহুসময়লৈকে তেওঁ মোৰ লগত সম্পৰ্ক কৰিবলৈ পাৰে । সেইকাৰনে এই খাটী সৰিয়হৰ তেল মই সদায় তেওঁৰ বাবে লৈ গৈ থাকো ।তাৰপিছত সাৱিত্ৰীয়ে নিজৰ জোৱায়েকক কয় বোপা তুমি এই কথা মোৰ ছোৱালীক ভূলটো নকবা । নহলে তাই অন্তৰত বহুত আঘাট পাব। তেতিয়া তেওঁৰ জোৱায়েকে কয় যে মই এই কথা কাৰো আগতে নকওঁ, কিন্তু এই কথাটোওঁ ঠিক যে মই ইয়ালৈ আৰু কেতিয়াওঁ নাহো। তাৰপিছত জোৱায়েকে নিজৰ বিছনালৈ গৈ শুই যায় ।

ৰাতিপুৱা তেওঁলোক ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত জোৱায়েকে তেওঁৰ পত্নীক কয় যে বলা এতিয়া আমাৰ ঘৰলৈ যোৱাৰ সময় হৈছে। তেতিয়া অঞ্জলীয়ে কয় যে আছলতে কথাটো কি? কিন্তু তেওঁ অঞ্জলীক একো নকয়, মাত্র কয় যে এতিয়া আমাৰ বয় বস্তু বেগত ভৰোৱা আমি ইয়াৰ পৰা যাবলৈ লাগে। তাৰপিছত তেওঁলোকে ঘৰলৈ গুছি যায়। বন্ধুসকল এই কাহিনীটো শুনোৱাৰ উদ্দেশ্য আপোনালোকক আমনি কৰা বা আপোনালোকৰ অন্তৰত আঘাত কৰা নহয় । মাত্র আপোনাক সচেতন কৰাৰহে যে সমাজত এনেকুৱা ধৰনৰো অপৰাধ হৈ থাকে আৰু এইবিলাকত সমাজে অলপ চকু দিব লাগে।

2 thoughts on “৪৫ বছৰীয়া মহিলা”

Leave a Reply to Abhi Cancel reply

error: Content is protected !!