জীৱনৰ ৰং – খণ্ড ৭
গুৱাহাটীত আজি ১৫ দিন হৈ গল..। সৰ্ব শিক্ষাৰ নতুন শিক্ষা নিতী উপৰত ইটোৰ পাছত সিটো ক্লাছ আৰু ক্লাছ..। ৰাতিপুৱা ৬টা বজাত বিছনাৰ পৰা উঠিব লাগে। তাৰ পাছত যোগা আৰু অলপ শাৰিৰীক ব্যয়াম। তাৰ পাছত দৈনিক কৰ্মৰ পৰা আজৰি হৈ ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি ৮টা বজাৰ পৰা ট্ৰেনিং আৰম্ভ হয়। দুপৰীয়া ১টা বজাত খাবৰ বাবে ১ …