ৰূপা বৌ
বিহু বুলি চিনাকি দাদা এজনৰ ঘৰলৈ গৈছিলো । সময় দুপৰীয়া দুই মান বাজিছিল । বাইক খন বাহিৰতে ৰাখি মস্ত দৰ্জাখনৰ ওৱালতে লাগি থকা কলিং বেলতো টিপি দিলো । অলপ পিছতে দৰ্জাখন খুলি দিয়াত দেখিলো বিহু সাজত গোটেই জনী নাচনি যেন লগা ৰূপা বৌ দেখুন । “আইঐ দেহি.. এইটো আমাৰ পাপু দেখুন ইমান দিনৰ মুৰত ওলালিহি.. …