গাঁওৰ ঘৰ খণ্ড ৫

দহ মিনিট মান পাছত ডাঙৰ খুৰীয়ে চাহ দি গল । মোৰ পুৱাৰ ভাত খোৱা অভ্যাস নাই । দহটা মান বজাত ঠাই খিনি অলপ ঘূৰি পকী চাওঁ আৰু atmৰ পৰা অলপ পইচা অলপ লৈ আহোঁ বুলি কাপোৰ কানি পিন্ধিব লৈছিলোহে দেখা দিলে নহয় এটা ভয়ংকৰ সমস্যাই । তাকলাজন আৰু তাৰ লগৰজন আহিছে তাক হেনো গোটেইখিনি পইচা আজিয়েই ঘূৰাই দিব লাগে । খুৰী1ৰ লগত আলোচনা কৰি আছে । দেৱশ্ৰী ঘৰত নাছিল(পাছত মই গম পাইছিলোঁ যে তাকলাটো আহিলে তাই বৰ অশান্তি পাই আৰু বাহিৰলৈ ওলাই যায়)

মোক দেখিয়েই সি অলপ হাঁহি মৰাৰ দৰেকৈ কলে- গোটেই আশী হাজাৰ টকাটো মোক আজিয়েই লাগিব ।

খুৰী1 তাৰ আগতে অনুৰোধ কৰি আছে- তেনে নকৰিব । ইমান পইচা ইমান তৎক্ষণাত কৰ পৰা দিওঁ ? অহা মাহত দেউৰ আহিব সি আহিলে গোটেইখিনি পইচা দি দিম ।

তাকলা-মই ইমান দিন ৰখিব নোৱাৰিম দিয়ক । পইচা আজিয়েই দিয়ক আৰু দিব নোৱাৰে যদি এবাৰ কৈ দিয়ক মই আৰু জোৰ নকৰোঁ ।

মই তাৰ ইংগিত বুজি পালো । পইচা নিদিওঁ বুলি কোৱা মানে দেৱশ্ৰীক তাৰ লগত বিয়া দিব লাগিব ।

সি আকৌ মোৰ ফালে কেৰাহীকৈ চাই কলে-পাছ ছয় হাজাৰ টকাটো সকলোৰে লগত থাকে আশী হাজাৰ টকা অৰ্জন ধেমালি নহয় ।

মোৰ আৰু সহ্য নহল । গুৱাহাটীত হলে কিজানি ইয়াক এইমাত্ৰ পিতিলোঁ হৈ কিন্তু ইয়াত কথা অলপ বেলেগ ।

মই খঙত প্ৰায় চিঞৰাৰ দৰেকৈ কৈ কলো ।

মই- ঐ তই মোৰ লগত আহ ।

মোৰ মাত শুনি গোটেই কেইজনে চক খাই উঠিল । খুৰী1য়ে কলে – কি হল তোৰ বাবা । খং নকৰিবি চোন ।

মই আকৌ খঙত কলো- তুমি নামাতিবা একো । নাভাবা নিচিন্তাকৈ যাৰেই তাৰেই পইচা টকা লবা আৰু এতিয়া । এবাৰ দেউতাক খবৰ দিলে ইমান নাটক নহলেহৈ ।

খুৰী1য়ে কান্দি কান্দি কলে – কি কৰিব খুজিছ’ তই এতিয়া ?

খুৰীৰ ওপৰটো মোৰ খং উঠি আছিল । সেইবাবে মই তেওঁৰ কোনো কথাৰ উত্তৰ নিদি গাড়ীত বহিলোঁ আৰু দৰ্জা খন খুলি তাকলাক বহুৱাই ললোঁ । তাক নিকটৱৰ্তী SBIৰ ঠিকনা সুধিলোঁ আৰু জোৰেৰে গাড়ী চলাই সেইফালে যাব ধৰিলোঁ ।

খঙ উঠি আছিল যদিও মনত অলপ সংকোচো আছিল । আশী হাজাৰ টকা মোৰ বাবেও এটা ডাঙৰ ৰাশি । উচ্চ মধ্যবিত্ত পৰিয়ালৰ লৰা হলেও দেউতাই মোক মিতব্যয়ি হবলৈ শিকাইছিল । কলেজত পঢ়া সময়তো মই দেউতাৰ স্কুতি খনেৰেই অহা যোৱা কৰিছিলোঁ । মই চাকৰি পোৱাৰ পাছত দেউতাই মোৰ একাউণ্টত এক লাখ টকা সুমুৱাই দিছিল, বাইক এখনৰ ডাউন প্রেমেণ্টৰ কাৰণে । আৰু সেই পইচা খিনিৰে এতিয়া মই বেলেগৰ ধাৰ মাৰিব গৈ আছোঁ । ভাল গালি খাম দেউতাৰ ।

গৈ বেংক পালোঁ তাৰ পৰা পইচা উলিয়ালোঁ । বাহিৰত তাকলা ৰখি আছিল মই গৈ নাটকীয় সুৰত কলো- তোৰ বাবে আশী হাজাৰ টকা বহুত কিবা কিবি হব পাৰে কিন্তু এনেকুৱা বহুত মানুহ আছে যাৰ বাবে আশী হাজাৰ টকায়ে নহয় ।  এতিয়া পইচা লেন দেনৰ কাগজ খিনি লৈ আহ আৰু টকা লৈ যা ।

তাকলাৰ মুখ খন শুকাই পাম যোৱা বেলুনৰ দৰে হল । সি তাৰ কান্ধত লৈ থকা মোনাখনৰ পৰা দুখন মান দলিনৰ কাগজ উলিয়াই দিলে । মই কাগজ খিনি এবাৰ পঢ়ি চালোঁ । তলৰ ফালে এটা কোনত তাৰিখ আৰু পইচা আদাই কৰা বুলি লিখি তাৰ পৰা চহী এটা ললোঁ আৰু তাক পইচা খিনি দিলোঁ । ইমান দুখ মনেৰে পইচা গনা মই আগতে কাকোৱে দেখা নাছিলোঁ ।

সি যাবলৈ ধৰাত মই সি শুনাকৈ কলো- ডাঙৰ সপোন দেখাৰ আগতে মানুহে এবাৰ আইনাখন চাই লব লাগে ।

সি এবাৰ ৰখিলে যদিও পিছফালে ঘূৰি নোচোৱাকৈয়ে জুড়ে জুড়ে গুচি গল । সিও হয়তো বুজি পাইছিল যে সি উভতি উত্তৰ দিলে পিটন খাব ।

ইমান সময় মোৰ নিজকে হিৰো হিৰো লাগি আছিল । এতিয়া মই বাস্তৱিকতালৈ উভতি আহিলোঁ । গালি খাবলৈ প্ৰস্তুতহৈ দেউতাক ফোন লগালো ।

দেউতাই ফোন ৰিচিভ কৰি প্ৰথম মোৰ আৰু খুৰীহতৰ খবৰ ললে আৰু অলপ পিছত মই গোটেই ঘটনা বিবৰী কলো । মোৰ ভবাৰ বিপৰীতে এটা ভাল কথা আৰু এটা বেয়া কথা হল । বেয়া কথাটো হল দেউতাৰ প্ৰচণ্ড খং উঠিল কিন্তু ভাল কথাটো হল খং মোৰ ওপৰত নহয় মালতী খুৰী আৰু তাকলাৰ ওপৰতহে উঠিল । দেউতাটো আহিবই খুজিছিল তাকলাক দম দিব । মই মানা কৰিলোঁ । শেষত-” মই এতিয়াই দি আছোঁ মালতীক” বুলি কৈ দেউতাই ফোন ৰাখিলে । অৱশ্যে মোৰও ক্ষতি নোহোৱা নহয় । এতিয়া মোক স্কুতি এখনহে কিনি দিব । দেউতাই স্পৰ্টছ বাইক চলোৱা বোৰক উদণ্ড বুলি ভাৱে আগৰ পৰাই মই স্কুতি কিনাটো বিচাৰি আছিল ,আজি ভাল সুবিধা পালে আৰু পৰিস্থিতি চাই মই ও  হব বুলি কব লগা হল ।

অৱশেষত গাড়ীত অলপ তেল ভৰাই মই গাওঁৰ ঘৰৰ উভতি আহিলোঁ । সিদিনা দেৱশ্ৰীক যত প্ৰথমবাৰ(বহুবছৰৰ মূৰত) দেখা পাইছিলো আজিও তাই তাতেই আছিল । কিন্তু সিদিনাৰ দৰে হাঁহি ধেমালিৰ সলনি এটা কোণত আমন যিমনকৈ বহি বাকী সৰু লৰা ছোৱালীবোৰে ধেমালি কৰি থকা চাই আছিল ।(সিদিনা তাই কি ভাবি আছিল তাই মোক পিছত কব)

মই তাইৰ ওচৰলৈ গৈ থিয় হলো । তাই কাৰোবাৰ উপস্থিতি অনুভৱ কৰি মোৰ ফালে ঘূৰি চালে । তাইৰ ধুনীয়া মুখখন সেটা পৰি আছিল । চকু দুটা ফুলি আছিল হয়তো তাই বহুত দেৰি কান্দিছিল ।মোক দেখি তাই থিয় হল । মই টকা লোৱা কাগজ খন তাইৰ হাতত দিলোঁ । তাই সেইখন পঢ়িব ধৰোতা মই উভতি আহিলোঁ । গাড়ীৰ কাষ পাই এবাৰ তাইৰ ফালে উভতি চালোঁ । তাই মোৰ ফালেই চাই আছিল । মোৰ তাইৰ চকুতে চকু পৰিল । প্ৰায় ত্ৰিশ চেকেণ্ড মান দুয়ো দুয়োকে চাই ৰলো । মই তাইৰ মনৰ ভাব পঢ়িব চেষ্টা কৰিলোঁ । কিন্তু ছোৱালীৰ মনৰ ভাব পঢ়া জানো সম্ভৱ ? এটা কথা বুজি পাইছিলোঁ যে তাইৰ মনত অলপ আগতে থকা বিষাদবোৰ আৰু নাছিল ।

মই ঘৰ আহি পালোঁ । দুয়ো খুৰী চোতালতেই আছিল । খুৰী1য়ে ফোনত কথা পাতি আছিল ।কথাত বুজিলোঁ দেউতাই ধমক দি আছে তেওঁক । মই তাত নৰখী মোৰ ৰুমলৈ গৈ বিচনাত অলপ বাগৰি দিলোঁ ।

দুপৰীয়া খুৰী1য়ে মোৰ বাবে ভাত লৈ আহি মোক জগালে । কাষত বহি মোক আৰু খং নকৰিবলৈও কলে । লগতে বুজালে যে দেউতাই আগতেই বহুত পইচা দিয়াৰ বাবে তেওঁ আৰু পইচা খুজিবলৈ লাজ পাইছিল ।ডাঙৰ খুড়া ঢুকোৱাৰ পাছত তেওঁলোক বৰ কষ্টত আছিল ।মাত্ৰ চাৰি বিঘা মাটিৰ আধি দিয়া ধানেৰে দুয়ো মা জীয়ৰী চলি আছিল । মোৰ মনতো গলি গল । মই আৰু তেওঁলোকক চিন্তা কৰিব মানা কৰিলোঁ । প্ৰয়োজন হলে গুৱাহাটীত গৈ থাকিব কলো ।

তেওঁ ৰুমৰ পৰা যাবৰ সময়ত কলে- আজি আমি এসপ্তাহৰ কাৰণে মোৰ মাৰ ঘৰলৈ যাম তই আমাক বাছত তুলি দি থৈ আহিবি চোন ।

মই- হব দিয়া । তোমালোক যদি কৰবালৈ যোৱা তেনেহলে মই ও গুৱাহাটীলৈ যাওঁ । মই ভাতেই বনাব নাজানো । এসপ্তাহৰ পাছত আহিম মই ।

খুৰী1- তই যাব নালাগে ।

মই- কিয় মই অকলে কেনেকৈ থাকিম?

খুৰী1- মই আৰু দেৱশ্ৰীহে যাম । কবিতা নাযায় নহয় ।

মোৰ মনত লাড্ডু ফুটিব ধৰিলে ।লিঙ্গটো কঁপি উঠিল । কবিতা খুৰী আৰু মই এসপ্তাহৰ বাবে ঘৰত অকলে থাকিম । কি কি যে নকৰিম আমি । মই হব বুলি কৈ ভাত খাব আৰম্ভ কৰিলোঁ আৰু খুৰী1 ৰুমৰ পৰা ওলাই গল।

প্ৰায় দুঘণ্টা পাছত দেৱশ্ৰী আৰু খুৰী1ক মই বাছ আস্থানলৈ লৈ গলো । দেৱশ্ৰী এতিয়াও মৌন হৈ আছিল । হয়তো কিবা গভীৰ চিন্তাত মগ্ন আছিল । তেওঁলোকৰ বাছখন প্ৰস্থান কৰিলে আৰু মইও অনাগত এসপ্তাহত কি কি হব কল্পনা কৰি ঘৰমুৱা হলো ।

আগলৈ

অহা খণ্ডৰ পৰা যৌন ক্ৰীড়া আৰম্ভ হব । যোৱা খণ্ডত কিছুমানে কাহিনীটো আগবঢ়াব নালাগে বুলি কৈছিল । যদি সচাকৈ আগবঢ়াব নালাগে কমেণ্ট কৰক । লাগে বা নালাগে বুলি লিখক ।

57 thoughts on “গাঁওৰ ঘৰ খণ্ড ৫”

  1. আমাক কাহিনী লাগিব আৰু অলপ দীঘল কৈ,,,, কোৱা জনক কবলৈ দিয়ক,,,হাতী দেখিলে কুকুৰ ভোকেই।

    Reply
  2. আইও কেলা! অনাগত উত্তাল চুদন ক্ৰিয়া বোৰৰ কথা কল্পনা কৰি মোৰ বাৰীকণে আনন্দতে অশ্ৰু দুটোপাল বোৱালে। আশা কৰো লেখক বাবুয়ে যথেষ্ঠ উত্তেজকভাৱে বাকী খণ্ডকেইটা লিখিব। থাওকতে যৌনক্ৰিয়া খিনি শেষ নকৰিব। অলপ দীঘলীয়া আৰু erotic হ’লে হাত মাৰিব সুবিধা হয় আৰু।।

    Reply

Leave a Reply to Regular reader Cancel reply

error: Content is protected !!