স্বামীৰ ইচ্ছা 19
পশ্চিমীয়া সভ্যতালৈ চালে দেখা যায় যে পুৰুষ আৰু মহিলাৰ যৌন ক্ষুধা একেই , বৰঞ্চ সেই দেশসমূহত বহুত ক্ষেত্ৰত নাৰীয়ে যৌনতা বিষয়টোত আগভাগ লয়।আমাৰ ইয়াত সেইটো অপৰাধ বুলি কৈ নাৰীক দমন কৰি ৰাখে।নাৰীক পুৰুষতকৈ তলত,পুৰুষৰ দিস হিচাপে ৰাখিবলৈকে এই নিতি নিয়ম বনোৱা হৈছে। আমাৰ দেশত মাত্ৰ ১৫% মহিলাই হে যৌন ক্ষুধা নিবাৰণত সম্পূৰ্ণ তৃপ্তি লাভ কৰে …